सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খুৰাৰ ছোৱালী
उदाहरणे : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
समानार्थी : খুৰাৰ ছোৱালী, ভণ্টি
अर्थ : বয়সতকৈ ডাঙৰ ভনী
उदाहरणे : মোৰ বাইদেউ অধ্যাপিকা
समानार्थी : বা, বাই
अर्थ : জেঠোদেউ বা পেহাৰ ছোৱালী
उदाहरणे : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
समानार्थी : পেহাৰ ছোৱালী, ভণ্টি
अर्थ : মামাৰ ছোৱালী
उदाहरणे : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
समानार्थी : ভন্টি, মামাৰ ছোৱালী
अर्थ : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
उदाहरणे : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
स्थापित करा