पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাঁহ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাঁহ   বিশেষ্য

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

समानार्थी : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়

उदाहरणे : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে

समानार्थी : বংশ, বাঁস, বাঁহগছ

चौपाल