अर्थ : বিভিন্ন বৰণযুক্ত
उदाहरणे :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
समानार्थी : নানা-বৰণীয়া, ৰং-বিৰং
अर्थ : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
उदाहरणे :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
समानार्थी : নানাৰঙী, বাৰেৰহণীয়া