पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বহুওৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বহুওৱা   ক্ৰিয়া

अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

उदाहरणे : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

समानार्थी : উঠোৱা

अर्थ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা

उदाहरणे : ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে

अर्थ : কোনো পদত কার্যনি্র্বাহ কৰা

उदाहरणे : চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল

समानार्थी : আসীন কৰা

अर्थ : ভালদৰে স্থিৰ কৰা কার্য

उदाहरणे : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

समानार्थी : লগোৱা

चौपाल