सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
उदाहरणे : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
समानार्थी : আই, আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, শীতলা
अर्थ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
उदाहरणे : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
समानार्थी : আই, সৰুআই
स्थापित करा