पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বসন্ত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বসন্ত   বিশেষ্য

अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

उदाहरणे : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

समानार्थी : আই, আই ওলোৱা, পক্স, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

अर्थ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা

उदाहरणे : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল

समानार्थी : ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত

चौपाल