सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ বন্ধু আছে
उदाहरणे : অলপ সময়ৰ ভিতৰতে বন্ধুত্বপূর্ণ ব্যক্তিৰ সহায়ত তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি উঠিল
समानार्थी : মিত্রবান, মিত্রৱান, সসখা
अर्थ : মিত্রতাৰে ভৰি থকা
उदाहरणे : শ্যামে শ্রেণীকোঠাত সকলো বিদ্যার্থীৰ লগত বন্ধুত্বপূর্ণ ব্যৱহাৰ কৰে
समानार्थी : মিত্রতাপূর্ণ
स्थापित करा