पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বন্ধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বন্ধ   বিশেষ্য

अर्थ : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

उदाहरणे : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

समानार्थी : হৰতাল

বন্ধ   বিশেষণ

अर्थ : আৱদ্ধ হৈ থকা

उदाहरणे : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

समानार्थी : আৱদ্ধ

अर्थ : যিটো প্রবাহিত নহয়

उदाहरणे : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

समानार्थी : অপ্রবাহিত, অপ্রৱাহিত

अर्थ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

उदाहरणे : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

अर्थ : ৰৈ থকা

उदाहरणे : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

समानार्थी : গতিহীন

अर्थ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

उदाहरणे : সৌ বন্ধ নলাটো চাফা কৰি আছে

समानार्थी : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ

चौपाल