पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বনোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বনোৱা   বিশেষ্য

अर्थ : বনোৱাৰ কাম

उदाहरणे : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरणे : আমি দুগোল দিলোঁ

समानार्थी : কৰা, দিয়া

अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

उदाहरणे : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

समानार्थी : নিযুক্ত কৰা

अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

उदाहरणे : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

समानार्थी : উঠোৱা, গঁথ্া, সজা, সাজি থকা

अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

उदाहरणे : কুমাৰে কলহ নি্র্মাণ কৰে

समानार्थी : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

अर्थ : ঘৰ বা দেৱাল আদি বনোৱা

उदाहरणे : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

समानार्थी : উঠোৱা, সজা

अर्थ : কোনো ৰূপলৈ অনা

उदाहरणे : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरणे : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

समानार्थी : কৰা, সজোৱা

चौपाल