पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বঢ়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বঢ়া   বিশেষ্য

अर्थ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

उदाहरणे : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

समानार्थी : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

अर्थ : গণনা বা জোখ-মাপত অধিক হোৱা

उदाहरणे : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

समानार्थी : অধিক হোৱা

अर्थ : থালী বা পাতত আহাৰ দিয়া কার্য

उदाहरणे : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

समानार्थी : পৰিৱেশন কৰা, বিলোৱা

अर्थ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

उदाहरणे : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

समानार्थी : উলিওৱা, কঢ়া

अर्थ : বর্ধন ্ কার্য

उदाहरणे : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

समानार्थी : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

अर्थ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

उदाहरणे : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে

चौपाल