अर्थ : বাদ্য যন্ত্রৰ পৰা শ্্ব্দ উৎপন্ন কৰা
उदाहरणे :
বিবাহথলীত চেহনাই বজাইছিল
अर्थ : আনৰ হতুৱাই বজা
उदाहरणे :
অধক্ষ্যই চকিদাৰৰ হতুৱাই ঘন্টা বজোৱালে
अर्थ : আঘাত কৰি বা কোনো প্রকাৰে শ্্ব্দ উৎপন্ন কৰা
उदाहरणे :
তেওঁ ্ঢোলক বজাই আছে