सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন ব্যক্তিৰ বৰণ বগা
उदाहरणे : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
अर्थ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
उदाहरणे : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
समानार्थी : শুকুলা, শুক্ল, শ্বেত
अर्थ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
उदाहरणे : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
समानार्थी : চূণ, চূণ-শিল
अर्थ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
उदाहरणे : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
समानार्थी : চাদা
अर्थ : চফা ৰঙৰ বা শ্বেত বর্ণৰ
उदाहरणे : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
समानार्थी : শ্বেত, শ্বেতাংগ
स्थापित करा