पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বংশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বংশ   বিশেষ্য

अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে

उदाहरणे :

समानार्थी : কুল, গোত্র, জাত, জাত-কুল, জাতি, বর্ণ, সম্প্রদায়, ্ জাত-পাত

अर्थ : একেজন পূর্বপুৰুষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ সমষ্টি বা বর্গ

उदाहरणे : উচ্চ বংশত জন্মগ্রহণ কৰিলেই কোনো উচ্চ হৈ নাযায়

समानार्थी : কুল, বংশ-কুল

अर्थ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়

उदाहरणे : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে

समानार्थी : বাঁস, বাঁহ, বাঁহগছ

चौपाल