पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ফুলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ফুলা   ক্ৰিয়া

अर्थ : কলি ফুললৈ সলনি হোৱা ৰূপ

उदाहरणे : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

समानार्थी : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

अर्थ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

उदाहरणे : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

अर्थ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

उदाहरणे : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

अर्थ : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

उदाहरणे : খেতি পথাৰত সৰিয়হ ফুলিছে

समानार्थी : পুষ্পিত হোৱা

चौपाल