पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ফুটা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ফুটা   বিশেষ্য

अर्थ : কোনো ঠাইৰ মাজৰ খালী অংশ

उदाहरणे : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল

समानार्थी : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র

अर्थ : ছেদ কৰা কার্য

उदाहरणे : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়

समानार्थी : ছেদন

ফুটা   ক্ৰিয়া

अर्थ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা

उदाहरणे : এই ঢোলকটো ফুটি থাকিল

समानार्थी : ফুটি থকা

अर्थ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য

उदाहरणे : কলহটো ফুটিল

समानार्थी : ভগ্ন হোৱা

अर्थ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা

उदाहरणे : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব

चौपाल