पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ফিটা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ফিটা   বিশেষ্য

अर्थ : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী

उदाहरणे : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে

समानार्थी : ৰিবন

अर्थ : দূৰত্ব জোখা এক মাপক

उदाहरणे : তেওঁ ফিটাৰে পথটো জুখি আছে

समानार्थी : টেপ

अर्थ : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়

उदाहरणे : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে

चौपाल