अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
उदाहरणे :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
समानार्थी : ফটা
अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
उदाहरणे :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
समानार्थी : আঁতৰি যোৱা, আঁ্তৰা, ফটা
अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
उदाहरणे :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
समानार्थी : ফটা
अर्थ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
उदाहरणे :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
समानार्थी : চিৰাচিৰ হোৱা
अर्थ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
उदाहरणे :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
समानार्थी : চিৰাল ফটা দিয়া