सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো সত্য নহয়
उदाहरणे : মিছা কথা কোৱা পাপ
समानार्थी : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, মিছা, মিথ্যা
अर्थ : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা
उदाहरणे : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে
समानार्थी : এৰাই ফুৰা, পুলুকা মৰা, ফাকি, বাগি দিয়া
स्थापित करा