अर्थ : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
उदाहरणे :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
समानार्थी : প্রপত্র
अर्थ : ভাল কৰিব পৰা যোগ্যতা
उदाहरणे :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
अर्थ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
उदाहरणे :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
समानार्थी : প্রকাৰ