सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ চক্রান্তত পৰা কার্য
उदाहरणे : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
समानार्थी : পাল্লা, ফান্দ
अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
उदाहरणे : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
समानार्थी : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, মতলব
स्थापित करा