पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ফটা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ফটা   বিশেষ্য

अर्थ : কিছুমান সাপৰ শিৰ বহলাই গছৰ পাতৰ দৰে আকাৰ কৰা ৰূপ

उदाहरणे : সাপডালে বীণৰ মাত শুনি তাৰ ফণা তুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে

समानार्थी : চকৰ, ফণা, ফেঁট, ্ফেণা

ফটা   ক্ৰিয়া

अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

उदाहरणे : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

समानार्थी : ফাটি যোৱা

अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

उदाहरणे : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

समानार्थी : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা

अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

उदाहरणे : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

समानार्थी : ফাটি যোৱা

ফটা   বিশেষণ

अर्थ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা

उदाहरणे : মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে

चौपाल