अर्थ : কাৰোবাক বন্ধন বা ফান্দত এনেদৰে পেলোৱা যাৰ কাৰণে তেওঁৰ ্ওলাব নোৱাৰা অৱস্থা হয়
उदाहरणे :
চিকাৰীয়ে চৰাইবোৰ জালত ফচালে
समानार्थी : ফান্দত পেলোৱা
अर्थ : ফান্দ বা জালত পেলাই দিয়া এক অৱস্থা
उदाहरणे :
চিকাৰীয়ে জালত চৰাই ফচালে
समानार्थी : ফান্দত পেলোৱা