अर्थ : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
उदाहरणे :
সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
समानार्थी : অপ্রত্যক্ষ
अर्थ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
उदाहरणे :
ঈশ্বৰ ইন্দ্রিয়াতীত
समानार्थी : অতিন্দ্রিয়, অপ্রত্যক্ষ, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত