पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰীক্ষা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰীক্ষা   বিশেষ্য

अर्थ : কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয়

उदाहरणे : ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে

अर्थ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

उदाहरणे : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

समानार्थी : বিচাৰ

अर्थ : শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া

उदाहरणे : এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে

अर्थ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য

उदाहरणे : মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে

अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

उदाहरणे : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

समानार्थी : নিৰূপণ, পৰখ, পৰীক্ষণ, পৰীক্ষা-নিৰীক্ষা

चौपाल