पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰিয়াল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰিয়াল   বিশেষ্য

अर्थ : একেখন ঘৰৰে মানুহ

उदाहरणे : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

समानार्थी : আত্মীয়, ঘৰ, পৰিজন, পৰিবাৰ

अर्थ : পিতৃ-মাতৃ আৰু সন্তানক লৈ গঠিত প্রার্থমিক সামাজিক একক

उदाहरणे : চাকৰি পোৱাৰ পিছতেই তেওঁ নিজৰ মাক-দেউতাকক পাহৰি কেৱল নিজৰ পৰিয়ালৰ ওপৰত ধ্যান দিবলৈ ধৰিলে কৃষকজনে নিজৰ পুতেকহঁতক নিজৰ নিজৰ পৰিয়ালৰ ভাৰ উঠাবলৈ কʼলে

चौपाल