पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰিসীমা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰিসীমা   বিশেষ্য

अर्थ : কোনো বিষয় বা কথাৰ অন্তিম বা চৰম সীমা

उदाहरणे : কোনেও নিজৰ অধিকাৰৰ পৰিসীমা লংঘন কৰিব নালাগে

अर्थ : যি ঠাইত সীমা শেষ হৈছে

उदाहरणे : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা

समानार्थी : চৰমসীমা, শেষ সীমা, শেষসীমা, সীমান্ত

अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

उदाहरणे : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

समानार्थी : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, বেষ্টনি, বেৰণ, বেৰা, মেৰ

चौपाल