पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰিষ্কাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰিষ্কাৰ   বিশেষ্য

अर्थ : স্বচ্ছ আৰু শুদ্ধ কৰা কার্য

उदाहरणे : কুঁ্ৱাৰ পানীত ৰঙা ঔষধ ঢালি তাৰ পৰিষ্কাৰ কৰা হʼল

समानार्थी : পৰিশোধন

अर्थ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে

समानार्थी : চাফা, নিকা, নি্র্মলত্া, শুদ্ধতা, স্বচ্ছতা

পৰিষ্কাৰ   বিশেষণ

अर्थ : যʼত কোনো ময়লা বা কলুষতা নাই

उदाहरणे : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

समानार्थी : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, বিমল, বিশুদ্ধ, শুদ্ধ, স্বচ্ছ

अर्थ : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা

उदाहरणे : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে

समानार्थी : জলজল পটপট, দেখদেখ, প্রকট, পৰিস্ফুট, ফটফটীয়া, স্পষ্ট, স্বচ্ছ

अर्थ : যিটো ভালকৈ বুজা যায়

उदाहरणे : এই কবিতাটোৰ ভাবটো স্পষ্ট নহয়

समानार्थी : জলজল পটপট, স্পষ্ট

चौपाल