सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজ কুলৰ লোক
उदाहरणे : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
समानार्थी : আত্মীয়, কুটুম, কুটুম্ব
अर्थ : একেখন ঘৰৰে মানুহ
उदाहरणे : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
समानार्थी : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
उदाहरणे : মনোহৰজী মোৰ আপোন খুৰা
समानार्थी : আত্মীয়, আপোন, স্বজন
स्थापित करा