सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
उदाहरणे : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
समानार्थी : দিহা-পৰামর্শ
अर्थ : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
उदाहरणे : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
समानार्थी : মতামত, মন্তব্য, ্ৰায়
स्थापित करा