पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰাক্রম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰাক্রম   বিশেষ্য

अर्थ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে

उदाहरणे : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল

समानार्थी : বাহুবল, শাৰীৰিক শক্তি

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरणे : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

समानार्थी : জোৰ, তেজ, বল, শকতি, শক্তি

अर्थ : বীৰ হোৱা অৱস্থা বা ভাব

उदाहरणे : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত

समानार्थी : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ

चौपाल