पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰা   বিশেষ্য

अर्थ : পৰা কার্য

उदाहरणे : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

अर्थ : দুখ, কষ্ট আদি ওলাই অহা

उदाहरणे : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

अर्थ : বেমাৰ হৈ বিছনাত পৰি থকা

उदाहरणे : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

अर्थ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

उदाहरणे : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

अर्थ : উৎপন্ন হোৱা

उदाहरणे : আজি গাখীৰৰ ওপৰত মলাই পৰিল

अर्थ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

उदाहरणे : এই গাড়ীখনত কিমান দাম পৰিল

अर्थ : মূল্য অৱনমিত হোৱা বা কমি অহা

उदाहरणे : আজিকালি সোণৰ দাম নামিছে

समानार्थी : কমা, নমা

अर्थ : আৱশ্যকতা হোৱা

उदाहरणे : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

समानार्थी : গৰজ পৰা

अर्थ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

उदाहरणे : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

समानार्थी : (বাগৰি পৰা, লুটি খাই পৰা)

अर्थ : প্রবিষ্ট হোৱা

उदाहरणे : ঘিউখিনিত চৰাইটো পৰিল

अर्थ : মাজত আহি যোৱা কার্য

उदाहरणे : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

अर्थ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

उदाहरणे : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

अर्थ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

उदाहरणे : গছৰ তলত বহুত গুটি পৰি আছে

अर्थ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

उदाहरणे : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

समानार्थी : পৰি থকা

चौपाल