पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील প্লাষ্টাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

প্লাষ্টাৰ   বিশেষ্য

अर्थ : হাড়-ভগা আদিত ৰাসায়নিক পদার্থৰ সৈতে মিলাই লেপি দিয়া পটী, যি খুউব টান

उदाहरणे : প্লাষ্টাৰৰ সহায়ত ভগা-চিগা অংগ জোৰা লগাব পাৰি

अर्थ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

उदाहरणे : বেৰৰ লেপন শেষ হৈ গৈছে

समानार्थी : অনুলেপন, লেপন

अर्थ : দেৱাল আদিত লগোৱা চিমেণ্ট, আলতীয়া মাটি আদিৰ ডাঠ প্রলেপ

उदाहरणे : নতুন প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ ঘৰৰ পুৰণা প্লাষ্টাৰবোৰ এৰুৱাই আছে

चौपाल