सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
उदाहरणे : চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
समानार्थी : প্রভাৱশালী
अर्थ : জোৰকৈ
उदाहरणे : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম
समानार्थी : উৎকট, জোৰ, তীব্র, প্রচণ্ড
स्थापित करा