सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
उदाहरणे : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
समानार्थी : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু
अर्थ : আৱশ্যক হোৱা অৱস্থা বা ভাব
उदाहरणे : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই
समानार्थी : আৱশ্যকতা, দৰকাৰ
अर्थ : যিহৰ প্রয়োজনীয়তা আছে
उदाहरणे : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
समानार्थी : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী
स्थापित करा