अर्थ : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
उदाहरणे :
এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
समानार्थी : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
अर्थ : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
उदाहरणे :
আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
समानार्थी : আদহীয়া, মধ্যবয়সীয়া