सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ
उदाहरणे : বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে
समानार्थी : পীৰিতি, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি, ৰোমাঞ্চ
अर्थ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
उदाहरणे : প্রেম নিস্বার্থ ্ হʼব লাগে
समानार्थी : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, ভালপোৱা, মহব্বত
अर्थ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
उदाहरणे : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
समानार्थी : অনুৰাগ, প্রণয়, প্রীতি, ভালপোৱা
स्थापित करा