सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
उदाहरणे : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
समानार्थी : আদি, আৰম্ভ, আৰম্ভণি, শুভাৰম্ভ
अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
उदाहरणे : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
समानार्थी : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
स्थापित करा