अर्थ : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
उदाहरणे :
প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
समानार्थी : প্রাণীবিজ্ঞান
अर्थ : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
उदाहरणे :
মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
समानार्थी : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান