अर्थ : প্রধান শিক্ষকৰ পদবী
उदाहरणे :
মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো
समानार्थी : প্রধান আচার্য, ্হেড মাষ্টৰ
अर्थ : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে
उदाहरणे :
অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে
समानार्थी : অধ্যক্ষ
अर्थ : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক
उदाहरणे :
গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল
समानार्थी : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ
अर्थ : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান
उदाहरणे :
পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক
समानार्थी : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ