अर्थ : পুনৰ অহা বা ঘূৰি অহা কার্য
उदाहरणे :
প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
अर्थ : উভতি অহা কার্য ্বা ভাব
उदाहरणे :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
समानार्थी : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
अर्थ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
उदाहरणे :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
समानार्थी : পুনৰাগমন, প্রত্যাগমন