पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील প্রতীতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

প্রতীতি   বিশেষ্য

अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা

उदाहरणे : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব

समानार्थी : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত

अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

उदाहरणे : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

समानार्थी : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব

उदाहरणे : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে

समानार्थी : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত

अर्थ : সামান্য মিল থকা

उदाहरणे : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়

समानार्थी : আভা, আভাস

चौपाल