सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ঠগ-প্রৱঞ্চনা কৰোঁতা
उदाहरणे : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
समानार्थी : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
अर्थ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
उदाहरणे : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
समानार्थी : ঠগ, ধূর্ত, প্রৱঞ্চক, ্ছলনাকাৰী
स्थापित करा