अर्थ : অত্যধিক হোৱাৰ ভাব বা অৱস্থা
उदाहरणे :
শৰীৰত ্শর্ক্্ৰাৰ প্রচুৰতাৰ কাৰণে মধুমেহ হয়
समानार्थी : অতিশয়তা, অত্যধিকতা, প্রাচুর্য্য, বিপুলতা
अर्थ : অধিক হোৱা অৱস্থা বা ভাব
उदाहरणे :
ধনৰ প্রচুৰতাই তেওঁক ্অহংকাৰী কৰি তুলিছে
समानार्थी : অধিকতা, আধিক্য, প্রাচুর্য, ্প্রাচুর্য্য