अर्थ : * ৰচনা আদিক প্রকাশিত কৰা
उदाहरणे :
তেওঁ এতিয়ালৈকে দুখন কিতাপ প্রকাশিত কৰিলে
अर्थ : কোনো স্থান প্রকাশেৰে ভৰাই তোলা
उदाहरणे :
দিনৰ শেষত বিজুলীবাতি জ্বলাই ঘৰবোৰ পোহৰাই তোলা হয়
समानार्थी : পোহৰাই তোলা, পোহৰোৱা