अर्थ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
उदाहरणे :
বান্ধৰ পানী নলাত পেলোৱা হয়
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
उदाहरणे :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
समानार्थी : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
अर्थ : কোনো অন্যৰ দ্বাৰা পেলা
उदाहरणे :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
अर्थ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
उदाहरणे :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
समानार्थी : পেলাই দিয়া