सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
उदाहरणे : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
समानार्थी : খোৰা, লেঙেৰা
अर्थ : যাৰ কোনো অংগ নাই
उदाहरणे : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
समानार्थी : অংগহীন, অপাংগ, অপাঙ্গ, পংগু, পঙ্গু
स्थापित करा