पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৃষ্ঠভূমি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৃষ্ঠভূমি   বিশেষ্য

अर्थ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

उदाहरणे : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

अर्थ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

उदाहरणे : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

समानार्थी : পৃষ্ঠ-ভূমি

अर्थ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

उदाहरणे : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

अर्थ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

उदाहरणे : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

समानार्थी : পটভূমি, পৃষ্ঠ-ভূমি

अर्थ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

उदाहरणे : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

समानार्थी : পশ্চাদপট

चौपाल