पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৃথক হোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৃথক হোৱা   ক্ৰিয়া

अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

उदाहरणे : তেওঁ কংগ্রেছৰ পৰা ওলাল

समानार्थी : ওলোৱা

अर्थ : কোনো অংশত পৃথক পৃথক হোৱা

उदाहरणे : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

समानार्थी : বিভক্ত হোৱা

अर्थ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

उदाहरणे : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

समानार्थी : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

अर्थ : * সম্বন্ধ আদি নাইকিয়া হোৱা

उदाहरणे : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

समानार्थी : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা

चौपाल