सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রথমে কোৱা
उदाहरणे : মন্ত্রী মহোদয়ে নিজৰ পূর্বোক্ত ভাষণত কোৱা বক্তব্যৰ খণ্ডন কৰিলে
समानार्थी : পূর্বকথিত
अर्थ : যাৰ উল্লেখ ওপৰত বা প্রথমতেই কৰা হৈছে
उदाहरणे : উপৰোক্ত দোহাফাকি ৰামচৰিত মানসৰ পৰা অৱতাৰণা কৰা হৈছে
समानार्थी : উপর্যুক্ত, উপৰিলিখিত, উপৰোক্ত, উল্লিখিত
स्थापित करा