पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পুৰণি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পুৰণি   বিশেষণ

अर्थ : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

उदाहरणे : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

समानार्थी : আদিম, পুৰণা, পুৰাকালীন, পুৰাতন, প্রাক্-কালীন, প্রাচীন

अर्थ : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ

उदाहरणे : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে

समानार्थी : আগৰ, পূর্বৰ, প্রথমৰ

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरणे : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

समानार्थी : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

अर्थ : যিটো পাৰ হৈ গৈছে

उदाहरणे : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

समानार्थी : অতীত, গত, ভূত

चौपाल